সাংস্কৃতিক মন্ত্ৰালয়
গান্ধী জয়ন্তী উপলক্ষে গান্ধী স্মৃতিত আয়োজিত প্ৰাৰ্থনা সভাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী
Posted On:
02 OCT 2020 9:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে আৰু নতুন দিল্লীত মহাত্মা গান্ধীৰ ১৫০ তম জন্মজয়ন্তী উপলক্ষে আয়োজিত গান্ধী স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
******
VRRK/VJ/RD
(Release ID: 1661203)
Visitor Counter : 94