বিত্ত মন্ত্ৰালয়

খোৱাতেল, ভগা পিতল, আফিং বীজ, চুফাৰী, সোণ আৰু ৰূপৰ শুল্ক মূল্য নিৰ্দ্ধাৰণ সম্পৰ্কীয় ৯৩-২০২০-সীমা শুল্ক(এন. টি.) অধিসূচনা

प्रविष्टि तिथि: 30 SEP 2020 4:35PM by PIB Guwahati

সীমা শুল্ক আইন, ১৯৬২(১৯৬২ ৰ ৫২)ৰ ১৪ নং ধাৰাৰ ২নং উপ ধাৰাই প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বোৰ্ড-য়ে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়(ৰাজহ বিভাগ)ৰ ২০০১চনৰ ৩ আগষ্ট তাৰিখে ভাৰতৰ ৰাজপত্ৰ, অসাধাৰণ, দ্বিতীয় খণ্ড, ধাৰা-৩, উপ ধাৰা-২ৰ এছ. অ. ৭৪৮(ই)নং-ত জাৰি কৰা ৩৬-২০০১নং অধিসূচনাখনৰ নিম্নোল্লিখিত অংশসমূহ সংশোধন কৰাটো যুগুত আৰু জৰুৰী বুলি বিবেচনা কৰে।

সেই অনুসৰি, অধিসূচনাখনৰ তালিকা-১, তালিকা-২ আৰু তালিকা-৩কেইখনক নিম্নোল্লিখিত তালিকাকেইখনে প্ৰতিস্থাপিত কৰিব। সেয়া হ :

 “তালিকা-1

ক্ৰমিক নং.

অধ্যায়/শিৰোণাম/উপশিৰোণাম/শুল্ক সামগ্ৰী

বস্তুৰ বিৱৰণ

শুল্ক মূল্য

(মাৰ্কিন ডলাৰ-মেট্ৰিক টন)

(1)

(2)

(3)

(4)

1

1511 10 00

অপৰিশোধিত তাল তেল

762

2

1511 90 10

আৰবিডি তাল তেল

795

3

1511 90 90

অন্যান্য-তাল তেল

779

4

1511 10 00

অপৰিশোধিত পামলিন

802

5

1511 90 20

আবিডি পামলিন

805

6

1511 90 90

অন্যান্য-পামলিন

804

7

1507 10 00

অপৰিশোধিত ছয়া  বীন তেল

909

8

7404 00 22

ভগা পিতল(সকলো পৰ্যায়ৰ)

3911

9

1207 91 00

আফিং বীজ

3623

 

তালিকা-2

ক্ৰমিক নং.

অধ্যায়/শিৰোণাম/উপশিৰোণাম/শুল্ক সামগ্ৰী

বস্তুৰ বিৱৰণ

শুল্ক মূল্য

(মাৰ্কিন ডলাৰ)

(1)

(2)

(3)

(4)

1.

71 বা 98

৫০-২০১৭, তাৰিখ ৩০-০৬-২০১৭ নং অধিসূচনাৰ ৩৬ নংত অন্তৰ্ভুক্ত যিকোনো ৰূপত থকা সোণ

607 প্ৰতি 10 গ্ৰাম

2.

71 বা 98

৫০-২০১৭, তাৰিখ ৩০-০৬-২০১৭ নং অধিসূচনাৰ ৩৫৭ নংত অন্তৰ্ভুক্ত যিকোনো ৰূপত থকা ৰূপ

768 প্ৰতি কিলোগ্ৰাম

 

3.

71

(i) ৭১০৬৯২ উপ শিৰোণামত অন্তৰ্ভুক্ত ৯৯.৯শতাংশতকৈ কম নোহোৱা পদক অথবা ৰূপৰ মুদ্ৰাৰ বাহিৰে যিকোনো ৰূপত থকা ৰূপ

(ii) ডাক, কোৰিয়াৰ অথবা বেগেজৰ জৰিয়তে আমদানীকৃত সামগ্ৰীৰ বাহিৰে ৭১০৬৯২ উপ শিৰোণামত অন্তৰ্ভুক্ত ৯৯.৯শতাংশতকৈ কম নোহোৱা পদক অথবা ৰূপৰ মুদ্ৰা।

 

768 প্ৰতি কিলোগ্ৰাম

4.

71

(i) তোলা পিতলৰ বাহিৰে প্ৰস্তুতকৰোতা অথবা পৰিশোধন কৰোতাৰ নাম, নম্বৰ আৰু মেট্ৰিক পদ্ধতিত লোৱা ওজনৰ মাপ খোদিত কৰা সোণ, পিতল

 (ii) ডাক, কোৰিয়াৰ অথবা বেগেজৰে অহা এনে সামগ্ৰীৰ বাহিৰে ৯৯.৫শতাংশতকৈ কম নোহোৱা সোণৰ মুদ্ৰা আৰু সোণ বুলি নিশ্চিত হোৱা সামগ্ৰী।

607 প্ৰতি 10 গ্ৰাম

তালিকা-3

Sl. No.

অধ্যায়/শিৰোণাম/উপশিৰোণাম/শুল্ক সামগ্ৰী

বস্তুৰ বিৱৰণ

শুল্ক মূল্য

(মাৰ্কিন ডলাৰ-মেট্ৰিক টন)

(1)

(2)

(3)

(4)

1

080280

চুফাৰী

3720”

 

টোকা- মূল অধিসূচনাখন ২০০১চনৰ ৩ আগষ্ট তাৰিখে ভাৰতৰ ৰাজপত্ৰ, অসাধাৰণ, দ্বিতীয় খণ্ড, ধাৰা-৩, উপ ধাৰা-২ৰ এছ. অ. ৭৪৮(ই)নং-ত ৩৬-২০০১নং জাৰি কৰা হৈছিল আৰু শেহতীয়া ভাবে ৯২-২০২০-সীমা শুল্ক(এন. টি.), ২৮ ছেপ্টেম্বৰ ২০২০ত সংশোধিত অধিসূচনাখন ভাৰতৰ ৰাজপত্ৰ, অসাধাৰণ, দ্বিতীয় খণ্ড, ধাৰা-৩, উপ ধাৰা-২ৰ এছ. অ. ৩৩৫২(ই)নং-ত প্ৰকাশ কৰা হৈছে।

 

 

****

RM/KMN/KB


(रिलीज़ आईडी: 1660489) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Manipuri , Punjabi , Tamil