গৃহ মন্ত্ৰালয়

জম্মু আৰু কাশ্মীৰ অসামৰিক সেৱা (বিকেন্দ্ৰীকৰণ আৰু নিয়ুক্তি) আইন সন্দৰ্ভত জম্মু আৰু কাশ্মীৰ পুনৰ গঠন (ৰাজ্যিক আইনৰ সংযোজন) দ্বিতীয় আদেশ, ২০২০ জাৰি কৰিবলৈ কেবিনেটৰ অনুমোদন

Posted On: 20 MAY 2020 2:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন, ২০১৯ৰ ৯৬নং ধাৰাৰ অধীনত জম্মু আৰু কাশ্মীৰ (ৰাজ্যিক আইনৰ সংযোজন)দ্বিতীয় আদেশ, ২০২০ৰ পূৰ্বপ্ৰস্তাৱিত অনুমোদন জনাইছে৷ এই আদেশৰ দ্বাৰা কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত জম্মু আৰু কাশ্মীৰ অসামৰিক সেৱ(বিকেন্দ্ৰীকৰণ আৰু নিযুক্তি) আইন (২০১০ৰ আইন সংখ্যা XVI)ৰ অধীনত সকলো প্ৰকাৰৰ চাকৰিত স্থায়ী বাসিন্দা ব্যৱস্থাৰ প্ৰযোজ্য আৰু সংশোধন কৰা হৈছে৷

এই আদেশৰ জৰিয়তে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত সকলো পদতে নিযুক্তিৰ বাবে নিৰ্দিষ্ট স্থায়ী বাসিন্দাৰ ব্যৱস্থা প্ৰযোজ্য হ’ব৷

***

VRRK/SH/DB



(Release ID: 1625703) Visitor Counter : 81