প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ

Posted On: 23 MAR 2020 9:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ টুইটাৰত শ্ৰী মোদীয়ে এইদৰে লিখে, ‘‘এখন মহান ৰাষ্ট্ৰই সৰ্বদা তেওঁলোকৰ মহান ত্যাগক সোঁৱৰণ কৰিব৷ জয় হিন্দ৷’’

 

*****

VRRK/AKP/MANN



(Release ID: 1607861) Visitor Counter : 79