প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 15 NOV 2019 10:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছো৷ ঝাৰখণ্ডে প্ৰগতিৰ নিত্য নতুন উচ্চতাত উপনীত হওক আৰু ভগৱান বীৰছা মুণ্ডাৰ সমৃদ্ধশালী, সবল আৰু সুখী ৰাজ্যৰ সপোন বাস্তৱত পৰিণত হওক তাকে কামনা কৰিলো৷

**********

VRRK/ VJ/DB



(Release ID: 1592320) Visitor Counter : 76