প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে চত্তীশগড়ৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে

Posted On: 01 NOV 2019 10:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে৷

চত্তীশগড়ক প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰাল আখ্যা দি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে বিভিন্ন সংস্কৃতিৰ মিলনভূমি এই ৰাজ্যখনে সদায় প্ৰগতিৰ পথত আগুৱাই যাব৷

 

***

VRRK/SH



(Release ID: 1591529) Visitor Counter : 60