প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অ’নাম উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
Posted On:
11 SEP 2019 10:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অ’নাম উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অ’নাম উৎসৱ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো৷ এই উৎসৱে আমাৰ সমাজত সুখ, সু-স্বাস্থ্য আৰু সমৃদ্ধি বৃদ্ধি কৰক, তাকে কামনা কৰিলো৷”
****
VRRK/KP/DB
(Release ID: 1584939)
Visitor Counter : 92