কেবিনেট

ভাৰত আৰু ফিনলেণ্ডৰ মাজত চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 12 JUN 2019 8:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু ফিনলেণ্ডৰ মাজত চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰা হয়৷

এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু ফিনলেণ্ডৰ মাজত নিৰাপত্তাজনিত ঘটনা চিনাক্তকৰণ, সমাধান আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময়ত সহযোগিতা বৃদ্ধি কৰিব৷

২০১৯ৰ জানুৱাৰীত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

****

AKT/AK/DB



(Release ID: 1574180) Visitor Counter : 69