প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী চিএছ শিৱালীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 22 MAR 2019 6:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চিএছ শিৱালীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, কৰ্ণাটকৰ মন্ত্ৰী শ্ৰী চিএছ শিৱালীৰ পৰিয়াল আৰু তেওঁৰ সমৰ্থকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷

কৰ্ণাটকৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে শ্ৰী শিৱালীক সদায় স্মৰণ কৰিব৷ তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷

*****

AKT/KP/DB



(Release ID: 1569302) Visitor Counter : 72