কেবিনেট

শিক্ষকৰ কেডাৰ অধ্যাদেশ, ২০১৯ত সংৰক্ষণৰ অনুমোদন কেবিনেটৰ

Posted On: 07 MAR 2019 2:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ‘‘দা চেণ্ট্ৰেল এডুকেশ্বনেন ইন্সটিটিউচনচ (শিক্ষকৰ কেডাৰত সংৰক্ষণ) অধ্যাদেশ, ২০১৯’’ৰ ঘোষণাত অনুমোদন জনাই বিশ্ববিদ্যালয়/মহাবিদ্যালয়সমূহক ‘‘বিভাগ/বিষয়’’ হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে ইউনিট হিচাপে গণ্য কৰাত সন্মতি প্ৰকাশ কৰিছে৷

প্ৰভাৱঃ

এই সিদ্ধান্তৰ দ্বাৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত শিক্ষণ গুণগতমান বৃদ্ধি হব৷

লাভঃ

এই সিদ্ধান্তৰ দ্বাৰা শিক্ষক কেডাৰত ৫০০০ টাতকৈও অধিক পদত কৰ্ম সংস্থাপন কাৰ্যকৰী হব৷

*****


AKT/SH/MANN



(Release ID: 1568611) Visitor Counter : 93