প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী মহম্মদ আশ্ৰাফুল হকৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 07 DEC 2018 2:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী মহম্মদ আশ্ৰাফুল হকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, বিহাৰৰ কিষাণগঞ্জ সমষ্টিৰ সাংসদ শ্ৰী মহম্মদ আশ্ৰাফুল হকৰ বিয়োগত অতিশয় দুঃখিত হৈছো। এই দুখৰ সময়ত তেওঁ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।

*****

AKT/KP/DB



(Release ID: 1555329) Visitor Counter : 85