প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰোত্তোলনৰ ৭৭ কেজিত স্বৰ্ণ বিজয়ী সতীশ কুমাৰ শিৱলিংগমক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 07 APR 2018 4:33PM by PIB Guwahati

কমনৱেলথ গেমছত স্বৰ্ণ বিজয়ী সতীশ কুমাৰ শিৱলিংগমক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে৷

‘ভাৰোত্তোলকসকলে পদক তালিকাত আমাৰ স্থান আগুৱাই আছে৷ ৭৭ কেজি ওজন শাখাত স্বৰ্ণ জয় কৰা সতীশ কুমাৰ শিৱলিংগমক মই অভিনন্দন জনাইছো৷ দুখন কমনৱেলথ গেমছত একেৰাহে পদক জয় কৰি তেওঁ ইতিহাসৰ পাতত নাম সন্নিৱিষ্ট কৰিছে৷’— প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/AP/MS


(ৰিলিজ আই ডি : 1528261) অতিথি কক্ষ : 48
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Tamil , Kannada