প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিআইএছএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চিআইএছএফ জোৱানলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 10 MAR 2018 10:25AM by PIB Guwahati

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(চিআইএছএফ)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিআইএছএফৰ জোৱানসকলক শুভেচ্ছা জনায়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ জোৱানসকলক শুভেচ্ছা জনাইছো। চিআইএছএফে ব্যতিক্ৰমী ৰূপত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে, যিবোৰে ভাৰতৰ পূনৰুত্থানৰ সমান্তৰালভাৱে দেশ নিৰ্মাণত অৰিহনা যোগাইছে।

***

AKT/SH/DB



(Release ID: 1523678) Visitor Counter : 64