প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ পেলেস্তাইন ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিসমূহ

পোষ্ট কৰা হৈছে: 10 FEB 2018 11:50PM by PIB Guwahati

 

ক্ৰমিক নং

বুজাবুজিৰ চূক্তিসমূহ

পেলেস্তাইনৰ পক্ষৰ স্বাক্ষৰকাৰী

ভাৰতৰ পক্ষৰ স্বাক্ষৰকাৰী

বিনিময়কাৰী

১

ভাৰত আৰু পেলেস্তাইনৰ মাজত বেথেলহাম গভৰনৰেটৰ বেইট চাহোৰত ৩০ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ ভাৰত-পেলেস্তাইন চুপাৰ স্পেচিয়েলিটি হস্পিটেল প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চূক্তি  

ড০ জাৱাড আওৱাড, পেলেস্তাইনৰ স্বাস্থ্যমন্ত্ৰী 

শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ)

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

২

ভাৰত আৰু পেলেস্তাইনৰ মাজত ৫ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ ভাৰত-পেলেস্তাইন মহিলা সবলীকৰণ কেন্দ্ৰ ‘তুৰাথি’ প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চূক্তি  

শ্ৰীমতী আবিৰ অওদেহ, ৰাষ্ট্ৰীয় অৰ্থনীতিৰ মন্ত্ৰী

শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ)

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

৩

ভাৰত আৰু পেলেস্তাইনৰ মাজত ৫ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ নতুন ৰাষ্ট্ৰীয় প্ৰিন্টি প্ৰেছ ৰামাল্লাহত প্ৰতিষ্ঠাৰ বাবে বুজাবুজিৰ চূক্তি   

শ্ৰী আহমদ আচাফ, বিত্তমন্ত্ৰীৰ হৈ পেলেস্তাইনৰ পাব্লিক ব্ৰডকাষ্টিং কোপাৰেশ্যন আৰু অফিচিয়েল মিডিয়া দপ্তৰৰ মন্ত্ৰী

শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ)

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

৪

ভাৰত আৰু পেলেস্তাইনৰ মাজত ১ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ এখন স্কুল মুথাল্ঠ আল শ্বুহাডা গাঁৱত নিৰ্মাণৰ বাবে বুজাবুজিৰ চূক্তি   

ড০ চাব্ৰি চৈদম, পেলেস্তাইনৰ শিক্ষা আৰু উচ্চশিক্ষা দপ্তৰৰ মন্ত্ৰী

শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ)

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

৫

ভাৰত আৰু পেলেস্তাইনৰ মাজত ১ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ এখন স্কুল টুবাছ গভৰনৰেটৰ টামুন গাঁৱত নিৰ্মাণৰ বাবে বুজাবুজিৰ চূক্তি   

ড০ চাব্ৰি চৈদম, পেলেস্তাইনৰ শিক্ষা আৰু উচ্চশিক্ষা দপ্তৰৰ মন্ত্ৰী

শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ)

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

৬

ভাৰত আৰু পেলেস্তাইনৰ মাজত আবু ডাছত থকা জৱাহৰলাল নেহৰু ছাত্ৰাৱাসত এটা অতিৰিক্ত মহলা নিৰ্মাণৰ বাবে ০.২৫ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ বুজাবুজিৰ চূক্তি   

ড০ চাব্ৰি চৈদম, পেলেস্তাইনৰ শিক্ষা আৰু উচ্চশিক্ষা দপ্তৰৰ মন্ত্ৰী

শ্ৰী টি এচ ত্ৰিমূৰ্তি, সচিৱ, (ই আৰ)

শ্ৰী বিজয় গোখলে, বিদেশ সচিৱ

 

AKT/PRK


(ৰিলিজ আই ডি : 1521057) অতিথি কক্ষ : 129
ত এই ৰিলিজটো পঢ়ক: English , Tamil , Telugu