প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

Posted On: 13 FEB 2018 1:12PM by PIB Guwahati

মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীলৈ  শুভেচ্ছা জ্ঞাপন কৰিছে।

“মহাশিৱৰাত্ৰীৰ পবিত্ৰ ক্ষণত দেশবাসীলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

***

AKT/SH/PRK



(Release ID: 1520996) Visitor Counter : 83