প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মস্কোত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 11 FEB 2018 10:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কোত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজি অতি দুখঃজনকভাৱে মস্কোত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছো। দুৰ্ঘটনাত পতিতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।"

***

AKT/HS/PRK



(Release ID: 1520608) Visitor Counter : 57