প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে
Posted On:
21 JAN 2018 10:07AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে মেঘালয়ৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভকামনা জনায়৷
‘‘মই সদায়েই মেঘালয়ৰ জনসাধাৰণৰ স্নেহৰ প্ৰতি আদৰ জনাও৷ ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য আকৰ্ষণীয়৷ মই মেঘালয়ৰ জনসাধাৰণৰ সুস্বাস্থ্য আৰু উন্নতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
****
AKT/SH/MANN
(Release ID: 1517553)
Visitor Counter : 112