প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 21 JAN 2018 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভকামনা জনায়৷

‘‘ত্ৰিপুৰা গৌৰৱোজ্জল ইতিহাস আৰু উদ্যোগী যুৱ প্ৰজন্মৰে ধন্য, যিসকলৰ আকাংক্ষা পূৰণ কৰাৰ বাবে দায়ৱদ্ধ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

****

AKT/SH/MANN


(ৰিলিজ আই ডি : 1517552) অতিথি কক্ষ : 127
ত এই ৰিলিজটো পঢ়ক: English