প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
21 JAN 2018 10:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভকামনা জনায়৷
‘‘অনাগত দিনত মণিপুৰে বিকাশৰ এক নতুন স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
****
AKT/SH/MANN
(ৰিলিজ আই ডি : 1517551)
অতিথি কক্ষ : 112