প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সমগ্ৰ দেশত উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 14 JAN 2018 3:08PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে।

মকৰ সংক্ৰান্তিৰ পবিত্ৰ ক্ষণত সমগ্ৰ দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছোঁ।

ছবিখন টুইটাৰত চাওঁক

https://pbs.twimg.com/profile_images/718314968102367232/ypY1GPCQ_normal.jpgNarendra Modi

@narendramodi

মকৰ সংক্ৰান্তিৰ পবিত্ৰ ক্ষণত সমগ্ৰ দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছোঁ

6:50 AM - Jan 14, 2018

Twitter Ads info and privacy

সদৌটিলৈকে পোংগালৰ শুভেচ্ছা জনাইছোঁ!

 

https://pbs.twimg.com/profile_images/718314968102367232/ypY1GPCQ_normal.jpgNarendra Modi

@narendramodi

সদৌটিলৈকে পোংগালৰ শুভেচ্ছা জনাইছোঁ!

6:53 AM - Jan 14, 2018

 

Twitter Ads info and privacy

সদৌটিলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ

 

https://pbs.twimg.com/profile_images/718314968102367232/ypY1GPCQ_normal.jpgNarendra Modi

@narendramodi

সদৌটিলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ

7:01 AM - Jan 14, 2018

Twitter Ads info and privacy

এক সুখী আৰু সমৃদ্ধিশালী উত্তৰায়নৰ কামনা কৰিলোঁ, প্ৰধানমন্ত্ৰীয়ে কয়।

 

 

https://pbs.twimg.com/profile_images/718314968102367232/ypY1GPCQ_normal.jpgNarendra Modi

@narendramodi

এক সুখী আৰু সমৃদ্ধিশালী উত্তৰায়নৰ কামনা কৰিলোঁ।

7:08 AM - Jan 14, 2018

Twitter Ads info and privacy

*****

AKT/AK/DB


(रिलीज़ आईडी: 1516682) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English